কেইটিমান সুন্দৰ কথা :-
"সৰগত হেনো সকলো আছে কিন্তু মৃত্যু নাই" ৷"গীতাত সকলো আছে কিন্তু অসত্য নাই "৷" জগতত সকলো আছে কিন্তু সুখ নাই "৷"আজিৰ মানুহৰ সকলো আছে কিন্তু ধৈৰ্য্য নাই "৷
"ভোজ ৰজাই কালিদাসক কৰা দহটা প্ৰশ্ন আৰু তাৰ উত্তৰ ":-
১) জগতত ভগৱানৰ সৰ্বশ্ৰেষ্ঠ ৰচনা কি ?
উ: “মা”
২) সৰ্বশ্ৰেষ্ঠ ফুল কি ?
উ: কপাহৰ ফুল
৩) সৰ্বশ্ৰেষ্ঠ সুগন্ধ কি ?
উ: বৰষুণত ভিজা মাটিৰ গোন্ধ
৪) সৰ্বশ্ৰেষ্ঠ মিঠা কি ?
উ: কথাৰ মিঠা
৫) সৰ্বশ্ৰেষ্ঠ গাখীৰ কি ?
উ: মাতৃদুগ্ধ
৬) সকলোতকৈ ক’লা কি ?
উ: কলঙ্ক
৭) সকলোতকৈ ওজন বেচি কাৰ ?
উ: পাপ
৮) সকলোতকৈ সুলভ কি ?
উ: উপদেশ
৯) সবাতকৈ মূল্যৱান কি ?
উ: সহযোগ
১০) সকলোতকৈ তিতা কি ?
উ: সত্য
The amount of sugar in Diabliss Diabetic Biscuits is extremely low. This Diabetic Biscuits is one of nature’s richest sources of Diabliss, which is linked to a lower risk of diabetes and better blood-sugar control.
ReplyDelete