ads

Wednesday, October 10, 2018

// // 1 comment

মোক লৈ কোনেও সমালোচনা নকৰিবা অ।

মোক লৈ কোনেও সমালোচনা নকৰিবা অ।

মাজনিশা খিৰিকীৰ কাষত বহি। তৰাবোৰ গনি গনি সপোনবোৰ জুমি চোৱাৰ মাদকতা একদম বেলেগ। কিন্তু সপোনবোৰ কাৰ বাবে....

কাৰোবাক হিয়া উজাৰি ভালপোৱাৰ প্ৰৱল হেপাহ ! নিজৰ কৰি সুখি হোৱাৰ গভীৰ মানসিকতা! এইবোৰ মানুহৰ মনৰ আসক্তিৰ ভাগ।
যাক আমি প্ৰেম বুলি কওঁ। কি এই প্ৰেম কাৰ বাবে...

এই পৃথিৱীখনত আশাৰে জীয়াই থকাৰ অধিকাৰ নাই। সেই বাবে হয়তো ডায়েৰীৰ অতীতৰ পৃষ্ঠাবোৰ। প্ৰতিপল লুটিয়াই বগৰাই চাবলৈ চেষ্টা কৰোঁ।
কি কাৰ বাবে..

বহুত কাহিনী জড়িত হৈ আছে। যাৰ প্ৰতিটো শাৰী এখন কিতাপৰ কাহিনী সদৃশ।
মাথো এটা কথা.....

"মোক লৈ কোনেও সমালোচনা নকৰিবা অ।"

কাৰণ তুমি আপুনি বা সকলোৱে মোক হে ভালদৰে জানে । মোৰ কাহিনী বোৰক নহয়। সেইবাবে কৈছো- অনুগ্ৰহ কৰি

মোক সমালোচনা নকৰিবা😔💔💔💔



          লিখা - বিচিত্র কুমাৰ ভূঞা

1 comment: