ads

Thursday, October 11, 2018

// // Leave a Comment

পূজাৰ জাকজমকতাত নুমাই যাব নেকি তুলসীৰ চাকিগচি!

পূজাৰ জাকজমকতাত নুমাই যাব নেকি তুলসীৰ চাকিগচি !


চাৰিওফালে পূজাৰ আনন্দ.. 

সকলোফালে পাৰভঙা উচাহ। হোৱাটো স্বাভাৱিক কাৰণ আমাৰ সংস্কৃতি। কিন্তু ইয়াৰ মাজতেই কিছু হেৰুৱাই পেলোৱা যেন অনুভৱ হয় মোৰ আপোনালোকৰ নাজানো হয়ছে নে নাই। কাৰণ অহা বৃহস্পতি বাৰ অথ্যাৎ পূজাৰ মাজতেই আমাৰ বাপুতি শাওন কঙালী বিহুটি।
সকলোৱেই জাক জমকতাত ব্যস্ত হৈ থকাৰ সময়তে কঙালী বিহুতিক যেন কৰবাত অবহেলা কৰা যেন অনুভৱ হৈছে । না কাৰোবাৰ মূখত শুনিছো না ছচিয়েল মিডিয়াত তাক লৈ কিবা পোষ্ট দেখা পাইছো।
হয়টো বহুতেই গমেই নাপাই বিশেষকৈ আমাৰ নৱপ্ৰজন্মই । নোপোৱাটো একো ডাঙৰ কথা নহই কাৰণ জাকজমতকাৰ প্ৰতিয়োগীতাত অসমীয়া পৰম্পৰা কেতিয়াবাই জলাঞ্জলি দি পেলাইছো। তথাপি সকলোকে এটাই অনুৰোধ যে -

"জাকজমকতাত তুলসীৰ তলৰ চাকিগচি নুমাই যাবলৈ নিদিব।"

আগতিয়াকৈ কঙালী বিহুৰ শুভকামনা জনালো |

0 comments:

Post a Comment