অসমৰ গুৱাহাটীৰ এগৰাকী মহিলা বিনিতা জৈনে
সফলতাৰে ১৪ টা প্ৰশ্নৰ উত্তৰ দি ১ কোটি টকা জিকিবলৈ সক্ষম হৈছে।
চনী টিভিৰ দ্বাৰা প্ৰচাৰিত এটি সৰু ভিডিঅত জিকাৰ এটা সৰু ভিডিঅ দেখুওৱা হৈছে । চাবলৈ নাপাহৰিব । তেওঁলোকে কয় যে - জ্ঞানৰ এই দ্বিতীয় অধ্যায়ত আমি লাভ কৰিলো প্ৰথম কৌটিপতি। কিন্তু আৰু আগবাঢ়িব পাৰিবনে তেওঁ।
সকলোৱে অপক্ষা কৰক ২ অক্টোবৰলৈ

প্ৰতিযোগী বিনিতা হৈছে দুগৰাকী সন্তানৰ মাতৃ। তেওঁ সফলতাৰে ১৩ টা প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হৈছে আনহাতে তেওঁ ৭ কোটিৰ টকাৰ প্ৰশ্নৰ সন্মূখীন হব অহা ২ অক্টোবৰত । এইটো চাবলৈ বহুত লক্ষণীয় হব যে তেওঁ সকলো ধন পাবলৈ সক্ষম হয় নে নহয়??
0 comments:
Post a Comment