ads

Saturday, September 22, 2018

// // Leave a Comment

অস্কাৰৰ বাবে মনোনীত Village Rockstar, ভিলেইজ ৰকষ্টাৰ, অসমী আইৰ জীয়ৰী ৰীমা দাসৰ দ্বাৰা পৰিচালিত অসমীয়া ছবি, Rima Das

                                           
অসমী আইৰ জীয়ৰী ৰীমা  দাসৰ দ্বাৰা পৰিচালিত অসমীয়া ছবি এখনে কেইদিনমানৰ আগত সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল যাৰ নাম আছিল "ভিলেইজ ৰকষ্টাৰ" যিয়ে অসমীয়া ছবি জগতত  এক নতুন যুগৰ সুচনা কৰে । ই অসম তথা অসমীয়া ছবি জগতৰ বাবে এক সুখবৰ কাৰণ । তাতোকৈ ডাঙৰ কথা যে অস্কাৰৰ বাবে মনোনীত এই ছবিখনে ভাৰতীয় হিন্দী ছবি জগতৰ উল্লেখ যোগ্য ছবি যেনে "ৰাজী" , "পদ্মাৱত" , "হিচকী" আদি ছবি সমূহক। ই আমাৰ বাবে গৌৰৱৰ বিষয়।
অসমী আইৰ জীয়ৰী ৰীমা  দাসৰ দ্বাৰা পৰিচালিত অসমীয়া ছবি এখনে কেইদিনমানৰ আগত সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল যাৰ নাম আছিল "ভিলেইজ ৰকষ্টাৰ" যিয়ে অসমীয়া ছবি জগতত  এক নতুন যুগৰ সুচনা কৰে । ই অসম তথা অসমীয়া ছবি জগতৰ বাবে এক সুখবৰ কাৰণ । তাতোকৈ ডাঙৰ কথা যে অস্কাৰৰ বাবে মনোনীত এই ছবিখনে ভাৰতীয় হিন্দী ছবি জগতৰ উল্লেখ যোগ্য ছবি যেনে "ৰাজী" , "পদ্মাৱত" , "হিচকী" আদি ছবি সমূহক। ই আমাৰ বাবে গৌৰৱৰ বিষয়। উল্লেখযোগ্য যে ছবিখনে শ্ৰেষ্ঠ শিশু শিল্পী বঁটা ,  best location sound recordist আৰু best editing ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।


    
Directed byRima Das
Produced byRima Das
Jaya Das
Written byRima Das
StarringBhanita Das
Manabendra Das
CinematographyRima Das
Edited byRima Das
Distributed byFlying River Flims
Release date
2017
Running time
87 minutes
CountryIndia
LanguageAssamese
Source- Wikipedia

0 comments:

Post a Comment