PUBG মোবাইল প্ৰতিযোগিতাত গুৱাহাটীৰ ল'ৰা এজনে নেতৃত্ব কৰিব
Player' s unknown Battleaground চমুকৈ PUBG হিচাপে খ্যাত বিখ্যাত এই গেমটোৱে এক আলোৰণৰ সৃষ্টি কৰিছে নৱপ্ৰজন্মৰ মাজত ।
এই গেমৰ উদ্ভাৱক সকলে আযোজন কৰিছে PUBGStar Challenge 2018.
বহুত প্ৰতিযোগীৰ মাজৰ পৰা এচিয়া মহাদেশৰ পৰা ২০ টা টিম আৰু ভাৰতৰ পৰা ২ টা টিম বৰ্তি আছে ।
ভাৰতৰ ২ টা টিমৰ ভিতৰত এটা টিম অসমৰ যাৰ নাম হল -8bit 8bit । যাৰ অধিনায়ক অসমৰ গুৱাহাটীৰ লৰা "অনিমেশ আগৰৱালা"।
দুয়োটা টিমে থাইলেণ্ডলৈ উৰা মাৰিব ১১ অক্টোবৰ ২০১৮ ত।
8bit Team Members
Animesh Agarwal (Team Leader)
Mukul Anchal
Swapnil Ganguly
Akshay Taneja
Team IND members:
Tanmay Singh (Team Leader)
Rohan Chanana
Rahul Dhankhar
Shekhar
source- sportskeeda
Nyc
ReplyDeleteTnx
Delete