ads

Sunday, September 30, 2018

// // 4 comments

Poem/কবিতা - "প্ৰেম মানে তুমি,তুমি মানে প্ৰেম"

"প্ৰেম মানে তুমি ,তুমি মানে প্ৰেম"

অই ! কাৰোবাৰ হাহিঁ দেখিলে যেতিয়া নিজৰ দুখ বোৰ পাহৰি মুখত হাহিঁ বিৰিঙে ,
তাক তুমি কি কব‍া?
যাৰ চকুলে মাথো এবাৰ চোৱাৰ হেঁপাহেৰে Department ৰ কাষৰে নিজৰ class ক্ষতি কৰি যোৱাক তুমি কি কব‍া?
যাক দেখিলে মনটো থৌকি বাথৌ লাগে কি কম কি নকম কৈ কিবা কলে যে খেলিমেলি লাগে তাক তুমি কি কব‍া?
"মোৰ স্বপ্ননীল আকাশৰ তুমি য়ে জোনাক " বুলি ভাৱা মোৰ মনটোক কি কবা?
যাক দেখিলেই মনত সন্মানৰ লগতে গঢ় লৈ উঠে কিছু সপোন সেই সপোন বোৰ পূৰ কৰা অাশা ক তুমি কি কবা?
হয়টো তুমি নিৰোওৰ দিশহাৰা হোৱা "মই " নামৰ অবুজ সমীৰ জাকক তুমি দিশ নিৰ্নয় কৰি দিবা জানো?
প্ৰেমৰ সংজ্ঞা কি নাজানো
কিন্ত মোৰ বাবে -

"প্ৰেম মানে তুমি তুমি মানে প্ৰেম"

✒ সমীৰন বৰ‍া

4 comments: